ঋতুস্ৰাৱ-পূৰ্ব উপসৰ্গ (পি.এম.এছ.) – কাৰণ, লক্ষণ, ৰোগ নিৰ্ধাৰণ আৰু চিকিৎসা
পিএমএছৰ অৰ্থ হৈছে প্ৰিমেনষ্ট্ৰুৱেল চিণ্ড্ৰম। ঋতুস্ৰাৱৰ আগতে প্ৰতি মাহে মহিলা এগৰাকীৰ শাৰীৰিক বা মনোভাৱৰ পৰিৱৰ্তন যি মহিলা এগৰাকীৰ স্বাভাৱিক জীৱন প্ৰভাৱিত কৰে তাক প্ৰিমেনষ্ট্ৰুৱেল চিণ্ড্ৰম (পিএমএছ) বুলি কোৱা হয়। প্ৰজনন মহিলা জনসংখ্যাৰ ৩০-৪০% লোকৰ ক্ষেত্ৰত পি.এম.এছ. হোৱা দেখা গৈছে।
অধিক পঢ়ক